বানপানীত নিজৰ ঘৰ ভাঙি যোৱাৰ ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা এগৰাকী ছাত্ৰীয়ে বিচাৰিলে মুখ্যমন্ত্ৰীৰ সহায়ঃ
আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙ্গলদৈস্থিত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজনত উপস্থিত থাকে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক নিজৰ অৱস্থাৰ ...







