China Rocket Boy I ১১ বছৰ বয়সতে ৰকেট নিৰ্মাণ, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন; কোন এইগৰাকী আশ্চৰ্যকৰ বালক?
সৰুকালতে ৰকেট উৎক্ষেপণ কেন্দ্ৰ ঘূৰি চাৰি বছৰ বয়সতে ৰকেট আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰেমত। সেই ল’ৰাজনৰ বয়স এতিয়া মাত্ৰ ১১ বছৰ। কিন্তু ...







