Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত
ৰাজ্যৰ সন্ত্ৰাসবাদ বিৰোধী দলে গুজৰাটৰ কেইবাখনো জিলাৰ পৰা জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ জন সদস্যক গ্ৰেপ্তাৰ (Terrorist Arrest) কৰিছে। তদন্তকাৰী সূত্ৰৰ ...







