Rudraprayag bus tragedy I ৰুদ্ৰপ্ৰয়াগত নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল বাছ; নিহত ১, নিৰুদ্দেশ কমেও ১০
উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগৰ অলকানন্দা নদীত বাছ এখন বাগৰি (Rudraprayag Bus Accident) পৰে। বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই দুৰ্ঘটনাত কমেও এজন লোকৰ ...







