Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত
প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীক (Ayatollah Khamenei funeral) অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত কান্দোনত ভাগি পৰে ইৰাণৰ নেতৃত্ব। শুকুৰবাৰে প্ৰকাশ্যে ...







