Indian Defence Ministry I ৪৫০-৮০০ কিলোমিটাৰলৈ বৃদ্ধি ব্ৰহ্মছ মিছাইলৰ পৰিসৰ, ৰাছিয়াৰ সৈতে চুক্তিত অনুমোদন প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ব্ৰহ্মছৰ (Brahmos) পৰিসৰ দুগুণ পাবলৈ ওলাইছে। ইয়াৰ লগতে ভাৰত আৰু ৰাছিয়াই যৌথভাৱে নিৰ্মাণ কৰা এই ‘ছুপাৰছনিক’ (শব্দৰ ...







