Stone Age I প্ৰস্তৰ যুগতো আছিল চুইংগাম ! ১০ হাজাৰ বছৰৰ পাছত জানিব পাৰিলে খোৱা মানুহজনৰ কথা
প্ৰস্তৰ যুগত এগৰাকী কিশোৰীয়ে চুইংগামৰ টুকুৰা এটা চোবাই পেলাই দিছিল। সেই টুকুৰাটো শেহতীয়াকৈ উত্তৰ ইউৰোপৰ ইষ্ট’নিয়াৰ পুৰাতত্ত্ববিদসকলে আৱিষ্কাৰ কৰিছে। ১০,৫০০ ...







