শোকাৱহ! প্ৰেমক সফলকাম কৰিব নোৱাৰি শোণিতপুৰত এহাল প্ৰেমিক-প্ৰেমিকাই এখন চূৰ্ণীৰে কৰিলে আত্মহত্যাঃ
শোণিতপুৰত Sonitpur এহাল প্ৰেমিক-প্ৰেমিকাই লোৱা কৰুণ উপায়টোৱে সকলোকে শোকাহত কৰি তুলিছে। চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাটত প্ৰেমিকদ্বয়ে নিজৰ প্ৰেম সফল ...







