Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
পশ্চিমবঙ্গত নিৰ্বাচনী হিংসাৰ (West Bengal Election Violence) চূড়ান্ত ৰূপ। বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা। বুধবাৰে ...







