Manipur Case I কাৰ্গিল যুদ্ধত দেশ ৰক্ষা কৰিলোঁ, কিন্তু দেশে ৰক্ষা কৰিব নোৱাৰিলে পত্নীক! মণিপুৰৰ ভুক্তভোগীৰ স্বামীৰ অসহায় উক্তি
কাৰ্গিল যুদ্ধত (Kargil) তেওঁ যুদ্ধ কৰিছিল। ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ সদস্য হিচাপে শ্ৰীলংকাতো নিয়োজিত আছিল। কিন্তু আজি যুদ্ধক্ষেত্ৰতকৈও ভয়ংকৰ যেন লাগে ...







