Prez Murmu Kerala visit I মূৰত প্ৰসাদ লৈ চিৰি বগাই সবৰীমালাত পূজা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ
বুধবাৰে সবৰীমালা মন্দিৰত পূজা-অৰ্চনা কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (Draupadi Murmu)। ইয়াৰ পূৰ্বে কোনো মহিলা ৰাষ্ট্ৰপতি মন্দিৰটোলৈ যোৱা নাছিল। ভাৰতৰ তদানীন্তন ...







