Parliament monsoon session I চলিত মাহৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন, আঠখন বিধেয়ক গৃহীত কৰাৰ সম্ভাৱনা
২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন (Parliament session) । সূত্ৰ অনুসৰি, এইবাৰৰ অধিবেশনৰ কাৰ্যসূচীত আঠখন বিধেয়ক থাকিব পাৰে। ...









