Operation Sindoor I অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই, স্পষ্ট কৰিলে বায়ুসেনাই; ভুৱা তথ্যত গুৰুত্ব নিদিবলৈও দেশবাসীক আহ্বান
‘অপাৰেচন সিন্দুৰ’(Operation Sindoor) এতিয়াও চলি আছে। পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ এদিন পিছতে দেওবাৰে ভাৰতীয় বায়ুসেনাই নিজৰ এক্স হেণ্ডেলত এই কথা ঘোষণা ...







