Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
কাৰ্বি ভূমি (Karbi Land)ত নতুন ৰাজনৈতিক দল (New political party)ৰ আত্মপ্ৰকাশ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আত্মপ্ৰকাশ 'অট'নমাছ ...







