বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰৰ ৪নং উপপথত সংঘটিত ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ জেৰাত স্বামী ৰামানুজ গোস্বামীয়ে পত্নী ৰিয়া ...








