BJP wall painting drive : দেৱালত ফুলিব পদুম, বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী উদ্বোধন মুখ্যমন্ত্ৰীৰ
সমাগত বিধানসভা নিৰ্বাচন। মাজত দুটী মাহৰো সময় কম। তেনে ক্ষেত্ৰত শাসক-বিৰোধী উভয়ে নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে। অৱশ্যে বিৰোধী দলবোৰৰ ...







