CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
দিল্লীৰ চাণক্যপুৰীৰ সমীপত হোষ্টেল ভাঙি ৭ জনৰ মৃত্যুক (সোমবাৰে আৰু এজনৰ মৃত্যু) লৈ চৰকাৰৰ জবাবদিহিতাৰ দাবী কৰিছে ককৰোচ জনতা পাৰ্টীয়ে। ...







