India’s aid B’desh : যুদ্ধৰ বজাৰত বাংলাদেশৰ ত্ৰাণকৰ্তা ভাৰত : দিল্লীয়ে মুকলি কৰি দিলে ৫০০০ মেট্ৰিক টন ডিজেল
বাংলাদেশ (Bangladesh)ৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে পশ্চিম এছিয়াত চলি থকা যুদ্ধত দেশখনলৈ শক্তি যোগান নিশ্চিত কৰিবলৈ ভাৰতৰ সহায় (Help from India) ...







