Jyoti Bishnu Auditorium : গৃহমন্ত্ৰীয়ে উদ্বোধন কৰিলে পূব ভাৰতৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ, ৫ হাজাৰ দৰ্শকৰ ক্ষমতা
সোমবাৰে গুৱাহাটীত সৃষ্টি হয় আন এক অভিলেখ। কেৱল উত্তৰ-পূৰ্বঞ্চলৰে নহয়ে পূব ভাৰতৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহটো মুকলি (Theatre is open) কৰে কেন্দ্ৰীয় ...







