Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত
খটখটী (Khatkhati)ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনাত বিদেশত নিৰ্মিত আগ্নেয়াস্ত্ৰ (Foreign-made firearms)সহ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ (Arrested) কৰে। ...
















