ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
February 4, 2026
Reading Time: 1 min read
A A
0
Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

খটখটী (Khatkhati)ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনাত বিদেশত নিৰ্মিত আগ্নেয়াস্ত্ৰ (Foreign-made firearms)সহ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ (Arrested) কৰে। আনহাতে, এই ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলা সহযোগীকো আটক কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় ১১.৩০ বজাত NL-07-R-0297 নম্বৰৰ এখন স্কুটিত এজন পুৰুষ আৰু এগৰাকী মহিলা লাহৰিজান দিশৰ পৰা চাণ্ডে বজাৰ অভিমুখে আহি আছিল। কিন্তু সেই সময়তে চাণ্ডে বজাৰ ৰে’লৱে ক্ৰছিং গে’টৰ সমীপত স্কুটিখন দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত দুয়ো স্কুটি আৰোহী পথত বাগৰি পৰি আঘাতপ্ৰাপ্ত হয়।

khat | ASSAM TIMES POST
খটখটীত বিদেশী অস্ত্ৰ, মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত

ইফালে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত স্থানীয় লোকে তৎক্ষণাৎ খটখটি আৰক্ষী থানাক খবৰ দিয়ে। এই খবৰ লাভ কৰাৰ লগে লগে খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত উপ-পৰিদৰ্শক দেৱাশীষ বৰা, গোবিন কাকতি আৰু কাৰাগাঁও আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি শৰ্মা আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আঘাতপ্ৰাপ্ত দুয়োগৰাকী স্কুটি আৰোহীক উদ্ধাৰ কৰাৰ লগতে স্কুটিখন জব্দ কৰে।

কিন্তু জব্দকৃত স্কুটিখনৰ তালাচী চলাওঁতে সকলোৰে চকু কপালত উঠে। স্কুটিখনৰ পৰা আমেৰিকাত নিৰ্মিত এটা .৩২ পিষ্টল আৰু দুটা সজীৱ গুলী আৰক্ষীয়ে উদ্ধাৰ কৰে। আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন ডিমাপুৰৰ বাৰ্মা কেম্প অঞ্চলৰ বাসিন্দা মেজাকুংবো (পিতৃ– এৰিবো) আৰু জুথিউলিয়ু (স্বামী– বিধান) বুলি জানিব পৰা গৈছে। ইফালে এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ বিশদ তদন্ত আৰম্ভ কৰিছে।

Tags: ArmsseizedKhatkhati
Share4Tweet3Send

Related Posts

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
ADVERTISEMENT
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx