Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ‘আপত্তিজনক মন্তব্য’ৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। দিল্লী, মুম্বাই, ...








