Meghalaya Election! মেঘালয়ত নিৰ্বাচনৰ পূৰ্বে অঘটন : গাড়ী দুৰ্ঘটনাত পোলিং বিষয়া নিহত, আহত কেইবাজনো
নিশাটো পুৱালেই মেঘালয়ত বিধানসভা নিৰ্বাচন (Meghalaya Election)। তাৰ আগতে নিৰ্বাচন বিষয়াৰ গাড়ী দুৰ্ঘটনাত পতিত হয়। দেওবাৰে পশ্চিম গাৰো পাহাৰ জিলাত ...







