Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
উত্তৰ প্ৰদেশৰ নয়ডাস্থিত জেবৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰি ৰখা হ’ব ‘নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ...







