ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

নিউজ ডেস্কঃ

News Desk by News Desk
October 9, 2026
Reading Time: 1 min read
A A
0
JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

RELATED POSTS

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

New Logo Smal 2 | ASSAM TIMES POST

অৱশেষত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে (JNU) কমেও ১০ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অধ্যাপক আংগোমচা বিমল আকোইজামক (Angomcha Bimal Akoijam) বৰ্খাস্ত (Terminated) কৰে। শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ সমিতিৰ তদন্তৰ অন্তত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অভিযুক্ত আকোইজাম জেএনইউৰ স্কুল অব ছ’চিয়েল ছায়েন্সেছৰ অধীনস্থ চেণ্টাৰ ফৰ দ্য ষ্টাডি অব ছ’চিয়েল চিষ্টেমছৰ অধ্যাপক আছিল। একে সময়তে তেওঁ বৰ্তমান মণিপুৰৰ পৰা কংগ্ৰেছৰ লোকসভাৰ সাংসদ।

শুকুৰবাৰে জেএনইউ কৰ্তৃপক্ষই জাৰি কৰা এক নিৰ্দেশত উল্লেখ কৰা হৈছে যে আকোইজামৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিশদ তদন্ত কৰিছে আভ্যন্তৰীণ সমিতিয়ে। তদন্তৰ সময়ত ওলোৱা তথ্যৰ ভিত্তিত সমিতিয়ে প্ৰযোজ্য সেৱাৰ নিয়ম অনুসৰি তেওঁক কঠোৰ শাস্তি প্ৰদানৰ পৰামৰ্শ আগবঢ়ায়। নিৰ্দেশনাটোত স্পষ্টকৈ কোৱা হৈছে, “যথাযথ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰাৰ পিছত, সকলো তথ্য পৰীক্ষা কৰাৰ পিছত, আৰু আভ্যন্তৰীণ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত অধ্যাপক আংগোমচা বিমল আকোইজামক বিশ্ববিদ্যালয় সেৱাৰ পৰা বৰ্খাস্ত কৰাৰ শাস্তি প্ৰদান কৰা হৈছে।”

prof | ASSAM TIMES POST
যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

ইয়াৰ পূৰ্বে ১১ গৰাকী ছাত্ৰীয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। প্ৰায় এমাহ পূৰ্বে বিশ্ববিদ্যালয়ত লিখিত অভিযোগ দাখিল কৰা হৈছিল।

অভিযোগত উল্লেখ কৰা হৈছে যে আকোইজামাই কেম্পাছৰ ভিতৰত থকা নিজৰ বাসগৃহত ছাত্ৰীসকলক বিভিন্ন আড্ডা বা সমাৱেশলৈ মাতিছিল। তাত তেওঁ তেওঁলোকৰ প্ৰতি যৌন ইংগিত দিছিল আৰু অশ্লীল প্ৰস্তাৱ দিছিল। তদুপৰি শ্ৰেণীত তেওঁ অশ্লীল আৰু আপত্তিজনক মন্তব্য কৰা বুলি কেইবাটাও অভিযোগ দাখিল কৰা হৈছে। এই প্ৰাৰম্ভিক অভিযোগ পোহৰলৈ অহাৰ পিছত বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকীও জ্যেষ্ঠ ছাত্ৰীয়েও অধ্যাপকগৰাকীৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ উত্থাপন কৰি কৰ্তৃপক্ষৰ কাষ চাপিছিল, যাৰ ভিত্তিত জেএনইউ কৰ্তৃপক্ষই এই চৰম পদক্ষেপ গ্ৰহণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: JNUprofessorterminates
Share4Tweet3Send

Related Posts

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

by News Desk
October 9, 2026
50
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

by News Desk
October 9, 2026
50
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

by News Desk
October 9, 2026
50
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
77
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

55
ADVERTISEMENT
JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
50
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
50
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪
Assam

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026
50
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d