ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

নিউজ ডেস্কঃ

News Desk by News Desk
October 9, 2026
Reading Time: 1 min read
A A
0
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

RELATED POSTS

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

New Logo Smal 2 | ASSAM TIMES POST

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ইণ্ডিয়া ব্লকৰ প্ৰতিবাদী (INDIA Block protest) সমদলক কেন্দ্ৰ কৰি হাৰিয়ানাৰ ফৰিদাবাদত (Faridabad) এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৃহস্পতিবাৰে এই পদযাত্ৰাৰ সময়ত কংগ্ৰেছৰ দুগৰাকী মহিলা নেত্ৰী পৰাগ শৰ্মা আৰু গজন লম্বাই ৰাজহুৱাভাৱে কাজিয়াত লিপ্ত হয়। অভিযোগ আৰু কাজিয়াৰ বাবে দুয়োৱে ইগৰাকীয়ে সিগৰাকীক চৰ শোধায়। ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাই ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে। উল্লেখ্য যে কংগ্ৰেছে বিৰোধী দলসমূহৰ লগতে সমগ্ৰ দিল্লী-এনচিআৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। সেই কাৰ্যসূচীৰ অংশ হিচাপে ফৰিদাবাদত সমদলৰ আয়োজন কৰা হয়।

অভিযোগ অনুসৰি, সমদলৰ সময়ত পৰাগ শৰ্মা আৰু গজন লাম্বাৰ মাজত এখন ছবি আঁতৰোৱাক লৈ তৰ্ক-বিতৰ্ক হয়। জানিব পৰা মতে, বল্লভগড় বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা পৰাগ শৰ্মাই কংগ্ৰেছৰ বেনাৰ লৈ খোজকাঢ়ি গৈ আছিল। কাষতে আছিল গজন লাম্বা। সেই সময়ত গজন লাম্বাই পৰাগ শৰ্মাক এৰি আগুৱাই যাবলৈ চেষ্টা কৰিছিল। জানিব পৰা মতে, তাকে লৈ প্ৰথমে দুয়োৰে মাজত কাজিয়া আৰম্ভ হৈছিল। ইয়াৰ পিছত পৰাগ শৰ্মাই গজন লাম্বাক চৰ মাৰিছিল বুলি অভিযোগ উঠিছে। গজন লাম্বায়ো প্ৰত্যত্তৰত তেওঁক চৰ মাৰে। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হয় যে সমদলত উপস্থিত থকা আন কংগ্ৰেছ নেতাসকলে হস্তক্ষেপ কৰিবলগীয়া হ’ল। ঘটনাৰ পিছতে দুয়োগৰাকী নেতাই পৰস্পৰৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

indi 1 | ASSAM TIMES POST
প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

ফৰিদাবাদৰ সংশ্লিষ্ট আৰক্ষী থানাৰ ষ্টেচন হাউছ অফিচাৰ বিষ্ণু মিত্তাৰে কয় যে মহিলা দুগৰাকীয়ে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে। প্ৰথমে তেওঁলোকৰ মাজত তৰ্ক-বিতৰ্ক হৈছিল, যিটো পিছলৈ শাৰীৰিক আক্ৰমণলৈ পৰিণত হয়। অভিযোগত উল্লেখ আছে যে দুয়োৰে মাজত নিজৰ পদ বা অৱস্থানক লৈ বিবাদ হৈছিল। এই ঘটনা সন্দৰ্ভত মুকলিকৈ কৈছে গজন লাম্বাই। তেওঁ দাবী কৰে যে পৰিস্থিতি কেনেকৈ হতাহতি লৈ পৰিণত হ’ল সেয়া তেওঁ ধৰিবই নোৱাৰিলে। তেওঁৰ অভিযোগ যে পৰাগে সমদলত খোজকাঢ়ি যোৱাৰ সময়ত তেওঁক চিকুটি দিছিল। পিছলৈ ঘূৰি কি হৈছে চাবলৈ তেওঁ ৰৈ যায়।

গজনৰ দাবী, কেইছেকেণ্ডমানৰ ভিতৰতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। তেওঁ দাবী কৰে যে পৰাগে প্ৰায়ে আনৰ লগত কাজিয়াত লিপ্ত হয়। তদুপৰি গজনৰ বিৰুদ্ধে জাতিক লৈ অপমানজনক মন্তব্য কৰাৰো অভিযোগ উত্থাপন কৰিছে। অৱশ্যে পৰাগ শৰ্মাৰ পৰা কোনো সঁহাৰি এতিয়ালৈকে চৰ্চালৈ অহা নাই। আনহাতে, আৰক্ষীৰ ওপৰত আস্থা প্ৰকাশ কৰি গজনে কয় যে অভিযোগ দাখিল কৰাৰ পিছত তেওঁক আৰক্ষীয়ে আশ্বাস দিছে। লগতে দলৰ শীৰ্ষ নেতৃত্বৰ সৈতেও বাৰ্তালাপ কৰে। আনহাতে, ফৰিদাবাদ কংগ্ৰেছৰ জিলা সভাপতি বলজিৎ কৌশিকে কয় যে কেতিয়াবা ভিৰত একেলগে খোজকাঢ়িলে অনিচ্ছাকৃতভাৱে ধাক্কা লাগিব পাৰে। লগতে বিষয়টো সমাধান হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: INDIAprotest
Share4Tweet3Send

Related Posts

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

by News Desk
October 9, 2026
50
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান
National-International

Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

by News Desk
October 9, 2026
50
IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং
National-International

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

by News Desk
October 8, 2026
51
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়
National-International

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

by News Desk
October 8, 2026
54
Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল
National-International

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

by News Desk
October 8, 2026
51
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ
National-International

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

by News Desk
October 8, 2026
51
ADVERTISEMENT
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
50
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
50
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান
National-International

Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

October 9, 2026
50
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

October 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

October 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d