INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ইণ্ডিয়া ব্লকৰ প্ৰতিবাদী (INDIA Block protest) সমদলক কেন্দ্ৰ কৰি হাৰিয়ানাৰ ফৰিদাবাদত (Faridabad) এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ...





