ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

নিউজ ডেস্কঃ

News Desk by News Desk
October 9, 2026
Reading Time: 1 min read
A A
0
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

RELATED POSTS

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

New Logo Smal 2 | ASSAM TIMES POST

তেলেংগানাৰ পিছত এইবাৰ বিহাৰ। দুৰ্নীতি বিৰোধী শাখাই এজন চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তি উদ্ধাৰ কৰে। দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলে অভিযন্তা নাৰদকুমাৰ দাসৰ ঘৰকে ধৰি কেইবাটাও ঠিকনাত তালাচী অভিযান আৰম্ভ কৰে। সূত্ৰ অনুসৰি, নাৰদ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ কাৰ্যবাহী অভিযন্তা। বহু দিন ধৰি তেওঁৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ অভিযোগৰ সন্মুখীন হৈ আহিছে। সেই অভিযোগৰ ভিত্তিত দুৰ্নীতি বিৰোধী শাখাই অভিযান চলায়।

দুৰ্নীতি নিবাৰক শাখাৰ ডিআইজি মানৱজিৎ সিং ধিলনে জনোৱা মতে, মুজাফ্ফৰপুৰৰ অভিযন্তাজনৰ ঘৰত বিছনাৰ তলৰ পৰা ৫০০ টকীয়া নোটৰ বাণ্ডিল উদ্ধাৰ কৰা হৈছে। প্ৰথমাৱস্থাত জানিব পৰা মতে, ৫০ লাখ টকা নগদ ধন উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি অভিযন্তাগৰাকীৰ পাটনা, ভাগলপুৰ আৰু মুংগেৰৰ কেইবাটাও ঠিকনাত অনুসন্ধান চলোৱা হয়। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, নাৰদৰ ভাগলপুৰ আৰু পাটনাত দুটা ঘৰ আছে।

bihar1 | ASSAM TIMES POST
বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

তদুপৰি মুজাফ্ফৰপুৰত এটা ফ্লেট আৰু মুংগেৰত আন এটা বিলাসী ফ্লেট পোৱা গৈছে। অভিযন্তাজনৰ নামত আন বহু সম্পত্তি থকা বুলিও তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে। সেই সম্পত্তিসমূহ বিচাৰি উলিয়াবলৈ অনুসন্ধান চলোৱা হৈছে। নগদ ধনৰ উপৰি গহনা আৰু স্থাৱৰ সম্পত্তিৰ কেইবাটাও নথি জব্দ কৰা হৈছে বুলি তদন্তকাৰীয়ে জানিবলৈ দিয়ে।

আনহাতে, দুৰ্নীতি নিবাৰক শাখাই জুলাই মাহত তেলেংগানাৰ এজন অভিযন্তাৰ ঘৰত অসমতাপূৰ্ণ সম্পত্তিৰ অভিযোগত তালাচী চলাইছিল। তদন্তকাৰীয়ে তেওঁৰ কেইবাটাও ঠিকনাত তালাচী চলাই ১০০ কোটি টকাৰ সম্পত্তি উদ্ধাৰ কৰে। অভিযন্তাৰ এটা ঠিকনাৰ পৰা উদ্ধাৰ হৈছে ৪ লাখ টকাৰ নগদ ধন। বেংকত আছে ৪৫ লাখ টকা। ইয়াৰ উপৰি আন এটা ঠিকনাৰ পৰা ডেৰ কেজি সোণ, ১৩ কেজি ৰূপ, প্ৰায় ১৮ লাখ টকাৰ আচবাব, ৯.৫ লাখ টকাৰ ইলেক্ট্ৰনিক গেজেট আৰু কেইবাখনো বিলাসী গাড়ী উদ্ধাৰ কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Biharengineercash
Share4Tweet3Send

Related Posts

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

by News Desk
October 9, 2026
50
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

by News Desk
October 9, 2026
50
IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং
National-International

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

by News Desk
October 8, 2026
51
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়
National-International

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

by News Desk
October 8, 2026
54
Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল
National-International

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

by News Desk
October 8, 2026
51
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ
National-International

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

by News Desk
October 8, 2026
51
ADVERTISEMENT
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
50
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
50
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান
National-International

Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

October 9, 2026
50
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

October 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

October 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d