Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
দিল্লীৰ যন্তৰ-মন্তৰ (Jantar Mantar)ত অনুষ্ঠিত নীট প্ৰতিবাদ (NEET Protest)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi)ক বেয়াকৈ কোৱাৰ (speak badly) বাবে ৰাজহুৱাভাৱে ক্ষমা ...







