Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল
প্ৰায় ছমাহ পূৰ্বেই ঘটনাৰ সূত্ৰপাত ঘটিছিল। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ নৌসেনা (Visakhapatnam Naval base) ঘাটিৰ চালক অন্নম সাই ভাৰাপ্ৰসাদলৈ এগৰাকী মহিলাই ছ’চিয়েল ...









