West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ খেৰণিত উত্তপ্ত পৰিস্থিতি। খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত নবাইবিলত মৃতদেহ সৎকাৰক লৈ এই পৰিস্থিতি৷ ...








