Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
হিমবাহ দ্রুতভাৱে গলাৰ ফলত অৰুণাচল প্রদেশৰ (Arunachal Pradesh) হ্রদবোৰত আকস্মিক বান (গ্লেচিয়াল লেক আউটবাৰ্ষ্ট ফ্লাড, সংক্ষেপে গ্লফ) পৰিস্থিতিৰ সৃষ্টি হ'ব...
















