ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Vinesh Phogat I ‘এই দিনটোৰ বাবে দেশৰ হৈ পদক লাভ কৰিছিলোঁ নেকি?’ বিনেশ ফোগাট

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 4, 2023
Reading Time: 1 min read
A A
0
Vinesh Phogat I ‘এই দিনটোৰ বাবে দেশৰ হৈ পদক লাভ কৰিছিলোঁ নেকি?’ বিনেশ ফোগাট

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

যন্তৰ-মন্তৰত দিল্লী আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ সংঘৰ্ষৰ ঘটনাৰ বৰ্ণনা কৰি থাকোঁতে মল্লযুঁজাৰু বিনেশ ফোগাটে ( Vinesh Phogat)  চকুলোৰে ভাঙি পৰে। তেওঁ এই প্ৰশ্ন উত্থাপন কৰে, “এই দিনটোৰ বাবে দেশৰ হৈ আমি ইমান পদক লাভ কৰিলোঁ নেকি?”

Vinesh Phogat
দিল্লী আৰক্ষী আৰু প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ সংঘৰ্ষক লৈ দুঃখিত ফোগাট:

দিল্লীৰ যন্তৰ-মন্তৰত বুধবাৰে মাজনিশা প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ সৈতে সংঘৰ্ষ আৰু কাজিয়াত লিপ্ত হয় দিল্লী আৰক্ষী। মল্লযুঁজাৰুসকলে দাবী কৰে যে মদ্যপান কৰা আৰক্ষীয়ে তেওঁলোকৰ লগত অসৎ আচৰণ কৰে আৰু মহিলা মল্লযুঁজাৰুৰ ওপৰত নিৰ্যাতন চলায়। তেওঁলোকৰ দাবী যে দুজন প্ৰতিবাদকাৰী আহত হৈছে। এজন ব্যক্তি চিকিৎসালয়ত ভৰ্তি হʼবলগীয়া হৈছে।

বিনেশে সংবাদ মাধ্যমৰ আগত কয়, “গোটেই দিন বৰষুণৰ বাবে মাটি তিতি থকাৰ বাবে আমি প্ৰতিবাদস্থলীত বিছনা মেলিবলৈ চেষ্টা কৰি আছিলো। তেতিয়াই আৰক্ষীয়ে আমাক আক্ৰমণ কৰে। তাত এগৰাকীও মহিলা আৰক্ষী বিষয়া নাছিল। সেই সময়তে গতিয়াই দিয়াৰ বাবে কিছুমানে মূৰত আঘাতো পাইছিল।” ইয়াৰ পিছতে বিনেশৰ চকুলো ওলাই আহে। তেওঁ কয়, “আমি কলংকিত অপৰাধী নহয় যে আৰক্ষীয়ে আমাৰ লগত এনে ব্যৱহাৰ কৰিব। এই দিনটো চাবলৈ দেশৰ বাবে আমি ইমান পদক লাভ কৰিলোঁ নেকি?”

উল্লেখযোগ্য যে বিশ্ব চেম্পিয়নশ্বিপত চাৰিটাকৈ পদক লাভ কৰা মল্লযুঁজাৰু বজৰং পুনিয়াই কয়, “ইমান অসন্মানিত হোৱাৰ পিছত মই এই পদকবোৰ কি কৰিম? মোৰ সকলো পদক ঘূৰাই লʼবলৈ চৰকাৰক অনুৰোধ কৰিম।”

বুধবাৰে এই ঘটনাত আপ নেতা সোমনাথ ভাৰতীকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে তেওঁলোকে অনুমতি অবিহনে প্ৰতিবাদস্থলীত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।

যোৱা ২৩ এপ্ৰিলৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি ব্ৰিজ ভূষণ চৰণ সিঙক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ দাবীত মল্লযুঁজাৰুৰ আন্দোলন চলি আছে। যোৱা ২৮ এপ্ৰিলত দিল্লী আৰক্ষীয়ে ব্ৰিজ ভূষণৰ বিৰুদ্ধে দুখনকৈ এফআইআৰ দাখিল কৰিছিল।

Tags: Vinesh Phogat
Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

by News Desk
June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

by News Desk
June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

by News Desk
June 30, 2026
50
ADVERTISEMENT
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx