ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

নিউজ ডেস্কঃ

News Desk by News Desk
June 30, 2026
Reading Time: 1 min read
A A
0
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

১ জুলাইৰ পৰা (From 1st July) ভাৰতৰ সাধাৰণ মানুহৰ দৈনন্দিন বিত্তীয় লেনদেন (Financial transaction) আৰু বেংকিং ব্যৱস্থাত (Banking system) কেইবাটাও বৃহৎ পৰিৱৰ্তন (Few big changes) হ’বলৈ গৈ আছে। বিশেষজ্ঞসকলৰ মতে, এই পৰিৱৰ্তনে কৰদাতা, ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী, বেংকৰ গ্ৰাহক আৰু পাছপ’ৰ্ট আবেদনকাৰীৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব।

কি কি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহি আছে চাওঁ আহক :

১) আইটিআৰ বা আয়কৰ ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাই। আইটিআৰ-১ আৰু আইটিআৰ-২ প্ৰ-পত্ৰ দাখিল কৰাসকলৰ বাবে এইটো অন্তিম দিন। এই সময়সীমা অতিক্ৰম কৰিলে তেওঁলোকে বৃহৎ জৰিমনা দিব লাগিব পাৰে। ইয়াৰ উপৰি দেৰিকৈ ৰিটাৰ্ণ ফাইল কৰিলে তেওঁলোকে নিজৰ পছন্দ অনুসৰি কৰ শ্লেব (পুৰণি বা নতুন কৰ গাঁথনি) বাছি লোৱাৰ সুযোগ নাপাব। ফলত পৰৱৰ্তী বছৰবোৰতো ব্যৱসায়িক লোকচান অব্যাহত ৰখাৰ সুযোগো হেৰুৱাব।

২) আধাৰ কাৰ্ডত বিনামূলীয়া ইমেইল আপডেট
আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে এটা ভাল খবৰ। ভাৰতীয় আধাৰ কৰ্তৃপক্ষই জনাইছে যে আধাৰ কাৰ্ডত ইমেইল আইডি পঞ্জীয়ন বা আপডেট কৰাৰ বাবে প্ৰযোজ্য ৭৫ টকাৰ মাচুল ১ জুলাইৰ পৰা সাময়িকভাৱে ৰেহাই দিয়া হৈছে। আগন্তুক ছমাহ অৰ্থাৎ ৩১ ডিচেম্বৰলৈকে গ্ৰাহকে আধাৰ মোবাইল এপৰ জৰিয়তে এই সেৱা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব।

finan | ASSAM TIMES POST
১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন

৩) এছবিআই ক্ৰেডিট কাৰ্ডৰ নিয়মৰ পৰিৱৰ্তন
এছবিআই কাৰ্ডে কিছুমান বিশেষ ‘ফোন পে এছবিআই ক্ৰেডিট কাৰ্ড’ৰ পুৰস্কাৰ পইণ্ট কাৰ্যসূচীত পৰিৱৰ্তন কৰিবলৈ ওলাইছে। যিটো ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। ফলত ‘ফোন পে এছবিআই ক্ৰেডিট কাৰ্ড পাৰ্পল’ আৰু ‘ছিলেক্ট ব্লেক’ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে পুৰস্কাৰ পইণ্ট লাভৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি কেইবাটাও লেনদেন ৰিৱাৰ্ড পইণ্টৰ পৰিসৰৰ পৰা সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে।

৪) এইচডিএফচি ক্ৰেডিট কাৰ্ডত লাউঞ্জ এক্সেছ
ব্যক্তিগত খণ্ডৰ এইচডিএফচি বেংকেও নিজৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে বিমানবন্দৰৰ ঘৰুৱা লাউঞ্জ ব্যৱহাৰৰ নিয়ম সলনি কৰিবলৈ ওলাইছে। সেইটোও ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। উউক্ত কাৰ্ড ব্যৱহাৰকাৰীসকলে প্ৰতি তিনিমাহৰ ভিতৰত সৰ্বাধিক তিনিটা বিনামূলীয়া ঘৰুৱা লাউঞ্জ ভ্ৰমণ ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে চৰ্ত হ’ল, তাৰ ঠিক আগৰ ত্ৰৈমাসিকত কাৰ্ডৰ জৰিয়তে ন্যূনতম ৬০ হাজাৰ টকা খৰচ কৰিব লাগিব।

৫) পাছপ’ৰ্টৰ খৰচ বৃদ্ধি
দীঘলীয়া ১৪ বছৰৰ পাছত ১ জুলাইৰ পৰা পাছপ’ৰ্ট বনোৱাৰ খৰচ যথেষ্ট বৃদ্ধি পাবলৈ গৈ আছে। সাধাৰণ আৰু তৎকাল দুয়োটা ক্ষেত্ৰতে আবেদনকাৰীয়ে নতুন মাচুলৰ গাঁথনি অনুসৰি ধন দিব লাগিব। ৩৬ পৃষ্ঠাৰ সাধাৰণ পাছপ’ৰ্টৰ খৰচ ১৫০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে তৎকালৰ খৰচ ৪ হাজাৰ টকাৰ পৰা ৬ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। কিন্তু এই ক্ষেত্ৰত ৮ বছৰৰ তলৰ শিশু আৰু ৬০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকে ১০ শতাংশ ৰেহাই পাব।

৬) বেংকৰ সামগ্ৰীৰ ‘মিছ চেলিং’ ৰোধৰ বাবে ৰিজাৰ্ভ বেংকৰ নিয়ম
গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহৎ পদক্ষেপ ল’বলৈ আগবাঢ়িছে। কেতিয়াবা বিভিন্ন বেংকে গ্ৰাহকক বিপথে পৰিচালিত কৰি বিভিন্ন বিত্তীয় আঁচনি বা বীমা সামগ্ৰী বিক্ৰী কৰে, যাক ‘মিছ-চেলিং’ বুলি কোৱা হয়। এইবাৰ আৰবিআইৰ নতুন গাইডলাইন অনুসৰি যদি কোনো গ্ৰাহক এনে প্ৰৱঞ্চনাৰ বলি হয় তেন্তে বেংকে তেওঁক সম্পূৰ্ণ ধন ঘূৰাই দিবলৈ বাধ্য হ’ব। যদি গ্ৰাহকৰ কোনো লোকচান হয় তেন্তে তেওঁক ক্ষতিপূৰণো দিব লাগিব। ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম।

Tags: Financialreforms
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

by News Desk
August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

by News Desk
August 15, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

by News Desk
August 14, 2026
50
ADVERTISEMENT
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx