ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডায়েবেটিছৰ ৰাজধানী নহয়, ইয়াক নিয়ন্ত্ৰণত আদৰ্শ দেশ হ’ব ভাৰত

ASSAM TIMES POST by ASSAM TIMES POST
December 1, 2019
Reading Time: 1 min read
A A
0
ডায়েবেটিছৰ ৰাজধানী নহয়, ইয়াক নিয়ন্ত্ৰণত আদৰ্শ দেশ হ’ব ভাৰত

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

পুনেঃ দীৰ্ঘ-কালীন ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে ভাৰতে। অবিশ্বাস্য যেন লাগিলেও শেহতীয়াভাৱে প্ৰকাশিত এখন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। পুনেৰ নভ’ নৰডিস্ক এডুকেশ্যন ফাউণ্ডেচন নামৰ সংস্থাটোৱে এই প্ৰতিবেদনখন প্ৰকাশ কৰিছে। সংস্থাটোৰ ‘ইম্পেক্ট ইণ্ডিয়াঃ ১০০০-ডে’ চেলেঞ্জ’ শীৰ্ষক কাৰ্যক্ৰমৰ অধীনত ভাৰতৰ ডাইবেটিছ কেয়াৰ সূচকাংকৰ প্ৰথম বছৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে পুনেত দীৰ্ঘ-কালীন ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ বাবে মাপক HbA1c লেভেল ৮.১৫ শতাংশৰপৰা ৮.১৩ শতাংশলৈ হ্ৰাস পাইছে। এই HbA1c পৰীক্ষাই শেহতীয়া তিনি মাহৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ গড় লেভেল সম্পৰ্কত এটা ধাৰণা দিব পাৰে। এই সমীক্ষাত পুনেৰ ১৫ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণকাৰীসকলৰ গড় বয়স আছিল ৫৫ বছৰ। ইয়াৰে ৫৫ শতাংশ পুৰুষ আৰু ৪৫ শতাংশ মহিলা। এই প্ৰতিবেদনখনিৰ ওপৰত ভিত্তি কৰি চেল্লাৰাম ডায়েবেটিছ ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া এজি উন্নিকৃষ্ণণে কয় যে পুনেৰ ডায়েবেটিছ ৰোগীসকলৰ গড় HbA1c লেভেল হ্ৰাস পোৱা কথাটোৱে তেওঁলোকে যে ইয়াক নিৰ্মূলৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে, সেই কথাটোকে প্ৰতিপন্ন কৰিছে। ৰোগীসকলে সুখাদ্য গ্ৰহণ কৰাৰ লগতে নিয়মিত ব্যায়াম কৰিছে আৰু সময়মতে ঔষধ খাইছে আৰু ব্লাড চুগাৰ নিৰীক্ষণ কৰিছে। তেওঁ ডায়েবেটিছ নিয়ন্ত্ৰণৰ অৰ্থে অধিক সজাগতাৰ পোষকতা কৰে। এই কাৰ্যক্ৰম সম্পৰ্কত চিকিৎসা বিশেষজ্ঞ আৰু নভ’ নৰডিস্ক এডুকেশ্যন ফাউণ্ডেচনৰ ন্যাসৰক্ষী অনিল সিন্ধেয়ে জনাই যে তেওঁলোকে সংস্থাটোৰ জৰিয়তে অহা ১০০ বছৰলৈ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা হাতত লৈছে। শীঘ্ৰেই দেশজুৰি ইয়াক নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে প্ৰচেষ্টা গ্ৰহণ কৰাৰ কথা সদৰী কৰি তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত আদৰ্শ দেশ হৈ উঠিব। ইয়াৰ জৰিয়তে ডায়েবেটিছৰ ৰাজধানী বুলি ভাৰতৰ বিৰুদ্ধ থকা অভিযোগ সমুলঞ্চে নাইকিয়া হৈ পৰিব বুলি আশা কৰিব পাৰি।

Tags: Featured
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

July 6, 2026
50
India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু
National-International

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

July 6, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

July 6, 2026
50
‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎
National-International

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

July 6, 2026
India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

July 6, 2026
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx