ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 23, 2026
Reading Time: 1 min read
A A
0
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

RELATED POSTS

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

ROAD ACCIDENT : জখলাবন্ধা ৰাঙলুত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

New Logo Smal | ASSAM TIMES POST

শিলচৰৰ চানমাৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এটা আৱাসিক ফ্লেটৰ গেট ভাঙি পৰাৰ ফলত মৃত্যু হয় নিৰাপত্তাৰক্ষী নিখিল দাসৰ। মৃত নিখিল দাসৰ ঘৰ শিলচৰৰ তাৰাপুৰৰ গিৰিশ ৰোড অঞ্চলত বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই শোকাৱহ ঘটনাটো। ঘটনাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়া আৰু তাৰাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শুভদীপ দত্ত।

sil | ASSAM TIMES POST
শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। আৱাসিক ফ্লেটটোৰ গেটটো কেনেদৰে ভাঙি পৰিল আৰু কি পৰিস্থিতিত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হ’ল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী
Assam

by News Desk
October 23, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ROAD ACCIDENT : জখলাবন্ধা ৰাঙলুত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

by News Desk
October 23, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

by News Desk
October 22, 2026
56
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

51
Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 22, 2026
51
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 21, 2026
57
ADVERTISEMENT
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ
Assam

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

October 23, 2026
50
Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত
National-International

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ
National-International

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

October 23, 2026
50
Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী
Assam

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

October 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

October 23, 2026
Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

October 23, 2026
ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d