ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Rongali Bihu I দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৪৩ সংখ্যক ধৰমনালা ব’হাগী বিদায় উৎসৱ

প্ৰয়াত কাৰবি ৰজা ৰামছিং ৰংহাঙৰ সোঁৱৰণত ১ মিনিট সময় মোন প্ৰাৰ্থনা:

ASSAM TIMES POST by ASSAM TIMES POST
May 12, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু: আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৪৩ সংখ্যক ধৰমনালা ব’হাগী বিদায় উৎসৱ ৷ ডিফুৰ ধৰমনালা স্থিত চন্দ্ৰছিং টেৰণ হাইস্কুল খেল পথাৰ প্ৰাঙ্গনত আৰম্ভ হৈছে এই উৎসৱ ৷ এই উপলক্ষে আজি পুৱাৰ ভাগতে ধৰমনালা ব’হাগী বিদায় উৎসৱ উদযাপন সমিতিৰ বিষয়া-কৰ্মীয়ে সমিতিৰ সভাপতি নিপু চৰণ দত্তক ঢোলে-ডগৰে আথে বেথে ধৰমনালা বিহুৰ বাকৰিলৈ আদৰি আনে ৷

ব'হাগী বিদায় উৎসৱ
৪৩ সংখ্যক ধৰমনালা ব’হাগী বিদায় উৎসৱ:

সভাপতি নিপু চৰণ দত্তই সম্পাদক ভাৰ্গৱ বৰৱৱাৰ সহযোগত ৪৩ সংখ্যক ধৰমনালা ব’হাগী বিদায় উৎসৱৰ পতাকা উত্তোলনৰ পিছতে উদযাপন সমিতি আৰু সমবেতে ৰাইজে কালি সকলোৰে মাজৰ পৰা মহাপ্ৰয়াণ ঘটা সকলোৰে শ্ৰদ্ধাৰ আৰু সন্মানীয় কাৰবি ৰজা ৰামছিং ৰংহাঙৰ আত্মাৰ সদগতিৰ বাবে ১ মিনিট সময় অদৃশ্যজনৰ ওচৰত মৌন প্ৰাৰ্থনা জনায় ৷

 ব'হাগী বিদায় উৎসৱইয়াপ পিছত বন্তি প্ৰজলন আৰু শ্বহীদ সকলক সোঁৱৰি স্মৃতি তৰ্পন কৰে ক্ৰমে, ধৰমনালা নামঘৰৰ নামাচাৰ্য সত্য ডেকা ধৰমনালা শংকৰী কলা -কৃষ্টি সংঘৰ প্ৰ্ক্তন সভাপতি বসন্ত কুমাৰ খনিকৰে ৷ তাৰ পিছিত প্ৰকৃতি তৰ্পন কৰে সমাজকৰ্মী তথা শিক্ষক নিত্যা বৰাই ৷
ইয়াৰ পিছত কাৰ্য ক্ৰমণিকা অনুসৰি ক্ৰমে প্ৰয়াত ঘনশ্যাম ডেকা আৰু মাণিক চাংমাইৰ পৰিয়াল বৰ্গৰ উপস্থিত ঘণশ্যাম ডেকা আৰু মাণিক চাংমাই সোঁৱৰণি মঞ্চৰ শুভ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি তথা পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে’ই ৷

37595451 3040 4f7a bd52 7a00b1983203 | ASSAM TIMES POSTইয়াৰ পিছত বিভিন্ন প্ৰতিযোগিতা সমূহ উদ্ধোধন কৰে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ সভাপতি দিলীপ কুমাৰ দাসে ৷ তাৰ লগে লগেই আৰম্ভ প্ৰথম দিনাৰ কাৰ্যসূচীৰ পিৰতিযোগিতা সমূহ ৷ প্ৰথমেই আৰম্ভ হয় ধনেশ্বৰ গগৈ আৰু মংগল ছিং হাঞ্চে সোঁৱৰণী কণী যুঁজ প্ৰতিযোগিতা ৷ তাৰ পিছত একাধিক্ৰমে, ভৱকান্ত গগৈ সোঁৱৰণী মহিলাৰ মিউজিক চেয়াৰ প্ৰতিযোগিতা (ক শাখা), মিঠুৰাণী পাল সোঁৱৰণী চিত্ৰাঙ্কণ প্ৰতিযোগিতা (খ শাখা) , ভদ্ৰেশ্বৰ বৰা আৰৱ লক্ষেশ্বৰ বৰা সোঁৱৰণী ভেশচন প্ৰতিযোগিতা, লীনৈমণি বৰা সোঁৱৰণী মইনাৰ বিহুনাচ প্ৰতিযোগিতা , বিহুপৰী প্ৰতিযোগিতা, মহিলাৰ পৰাম্পৰাগত সাজপাৰ প্ৰতিযোগিতা আৰু নিশাৰ ভাগত অনুষ্ঠিত হব কুণ্ডিলা সন্দিকৈ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া ৷

উদ্ধোধন কৰিব কাৰবি লাম্মেট আমেইৰ সাধাৰণ সম্পাদক জয়ছিং টকবীয়ে ৷ দ্বিতীয় দিনা অৰ্থাত ১২ মে’ৰ অন্তিম দিনত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ থাকিব প্ৰমোদ দাস সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ কণ্ঠশিল্পী ৰূপালী কাশ্যপ, গুৱাহাটীৰ ৰিব্ ৰিব্ বিহুৰ হুঁচৰি দল, খাপলাং কাইৰ কৌতুক গোষ্ঠী৷ সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৷

Tags: আৰম্ভ হৈছে ৪৩ সংখ্যক ধৰমনালা ব'হাগী বিদায় উৎসৱদুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx