ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Grass I গ্ৰাছ, বোকাখাতৰ সংবাদমেলঃ ২০২৩ বৰ্ষৰ বঁটা ঘোষণাঃ

অজন্তা তালুকদাৰ, বোকাখাতঃ

Staff Reporter by Staff Reporter
May 19, 2023
Reading Time: 1 min read
A A
0
Grass I গ্ৰাছ, বোকাখাতৰ সংবাদমেলঃ ২০২৩ বৰ্ষৰ বঁটা ঘোষণাঃ

RELATED POSTS

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত জন্ম লোৱা আৰু উজনি অসমত সেউজ বিপ্লৱ গঢ়ি তোলা উজনি অসমৰ অন্যতম বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন গ্রাছ, (Grass) বোকাখাতে (Bokakhat) (গ্ৰীণ ৰিভলিউশ্যনেৰী এডমায়াৰেবল চিৰিণ চচাইটি) বিগত বৰ্ষৰ দৰে এইবছৰো ২০২৩ বৰ্ষত প্ৰদান কৰিব লগীয়া বঁটা সমূহ ঘোষণা কৰিছে। আজি বোকাখাতত অনুষ্ঠিত এক সংবাদমেলত গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই ঘোষণা কৰে বঁটা সমূহ।
সংবাদমেল
গ্ৰাছ, বোকাখাতৰ সংবাদমেল অনুষ্ঠিত:

বিশ্ব পৰিৱেশ দিৱস (World Enviroment Day) তথা গ্ৰাছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা ৫ জুনত প্ৰদান কৰিবলগীয়া বঁটা সমূহ – ধনিল বৰঠাকুৰ সোঁৱৰণী ‘গ্ৰাছ গ্ৰীণ এৱাৰ্ড’ (Grass Green Award) আগবঢ়াইছে পৰিৱেশ কৰ্মী তথা সাংবাদিক গোলাঘাটৰ বিকাশ শৰ্মালৈ, নুমলী হাজৰিকা সোঁৱৰণী ‘গ্ৰাছ ৱমেন এৱাৰ্ড’ আগঢ়াইছে মহিলা সৱলীকৰণৰ লগত জড়িত হৈ থকা বোকাখাতৰ গীতাঞ্জলি শ‍ইকীয়াক, কমলেশ্বৰ বৰা সোঁৱৰণী ‘গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড’ লাভ কৰিছে কুৰুৱাবাহীৰ আদর্শ কৃষক পাপুমণি হাজৰিকাই আৰু স্বচ্ছ আৰু পৰিৱেশৰ বাবে থানেশ্বৰ ভূঞাৰ সোঁৱৰণী ‘গ্ৰাছ নিৰ্মল সেউজ বঁটা’ লাভ কৰিছে মহুৰামুখৰ লোকপ্ৰিয় প্রাথমিক বিদ্যালয়ে।

IMG 20230519 WA0151 1 | ASSAM TIMES POSTসংবাদমেলত বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’ব লগীয়া গ্ৰাছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গ্ৰাছৰ বাৰ্ষিক মুখপত্ৰ ‘শ্যামলিমা’ও প্রকাশ হ’ব বুলিও জানিবলৈ দিয়ে। লগতে পৰিৱেশ সম্পৰ্কীয় চিত্রাংকন প্রতিযোগিতা (ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ মাজত) আৰু পৰিবেশ সজাগতৰ ওপৰত এক শোভাযাত্রা আয়োজন কৰা হৈছে বুলি গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই জানিবলৈ দিছে।

IMG 20230519 WA0152 1 | ASSAM TIMES POSTসংবাদমেলত সভাপতি-সম্পাদকৰ লগতে গ্ৰাছৰ তৰফৰ পৰা প্ৰফুল্ল বৰা, শিল্পী-নাট্যকৰ্মী অমৰ কাকতি, জয়ন্ত খাউণ্ড, ফনিধৰ হাজৰিকা, প্ৰমোদ ঘোষ, সঞ্জীৱ হাজৰিকা, মণ্টু বৰা, ৰবীন মহন্ত, ড° ৰঞ্জিত বৰাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বোকাখাতৰ সভাপতি আনিছুৰ ৰহমান, লগতে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, কাজিৰঙা নিউজ নেটৱৰ্কৰ অধ্যক্ষ বদন দুৱৰা, সাংবাদিক-কবি-নাট্যকাৰ অমৰ শৰ্মা, কবি-সাংবাদিকদ্বয় মৃদুস্মিতা শৰ্মা আৰু অজন্তা তালুকদাৰ, সাংবাদিকদ্বয় ৰাজীৱ বৰা আৰু সুদীপ্ত তামুলীৰ লগতে বোকাখাতৰ একাংশ সাংবাদিক আৰু বিশিষ্ট ব্যক্তি তথা গ্ৰাছৰ শুভাকাংক্ষী উপস্থিত থাকে।

IMG 20230519 WA0149 | ASSAM TIMES POSTউল্লেখ্য যে ক্ৰমে বিশিষ্ট যুৱ ব্যৱসায়ী কৈলাশ পাটোৱাৰীয়ে এটা ৰন্ধন গেছ ষ্টোভ আৰু কাজিৰঙা গেচ এজেঞ্চীৰ ৰাতুল দাসে এটা ৰন্ধন গেচ চিলিণ্ডাৰ গ্ৰাছৰ কাৰ্যালয়লৈ প্ৰদান কৰে। ইয়াৰ পাছতে গ্ৰাছৰ এটি সঁজাতি দলে গ্ৰাছৰ পৰৱৰ্তী পদক্ষেপৰ পৰামৰ্শ ল’বৰ বাবে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱক সাক্ষাৎ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Grass
Share7Tweet4Send

Related Posts

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
50
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
ADVERTISEMENT
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

August 24, 2026
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d