ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

New Parliament Building I নতুন সংসদ ভৱন ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰক, ৰাহুল গান্ধীৰ দাবী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 22, 2023
Reading Time: 1 min read
A A
0
New Parliament Building I নতুন সংসদ ভৱন ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰক, ৰাহুল গান্ধীৰ দাবী

RELATED POSTS

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

২৮ মেʼত নতুন সংসদ ভৱন (New Parliament Building) উদ্বোধন কৰিবলৈ ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi)। উল্লেখ্য, উক্ত দিনটো হৈছে বিনায়ক দামোদৰ সাৱৰকাৰৰ ১৪০ সংখ্যক জন্ম জয়ন্তী। বিৰোধীৰ মতে, উক্ত দিনটো সংসদ ভৱন উদ্বোধন কৰিবলৈ বাছি লোৱাৰ আঁৰত এফালে বিজেপিয়ে হিন্দুত্ববাদৰ ঢৌ বৃদ্ধি কৰিব বিচাৰিছে আৰু আনফালে মহাৰাষ্ট্ৰৰ জনসাধাৰণলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে।
New Parliament Building
President Should Inaugurate New Parliament Building: Rahul Gandhi:
তেওঁলোকৰ মতে, সংসদৰ ৰক্ষক হʼল ৰাষ্ট্ৰপতি (President)। গতিকে তেওঁ নতুন সংসদ ভৱন উদ্বোধন কৰা উচিত। বিৰোধীয়ে দাবী কৰিছে যে তাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে নিজেই সকলো কৃতিত্ব হৰলুকি কৰাৰ উদ্যোগ লৈছে। তেওঁ নিজৰ প্ৰচাৰৰ সকলো লাইমলাইট লোৱাত ব্যস্ত। সেইবাবেই ৰাষ্ট্ৰপতিক আওকাণ কৰা হৈছে। বিৰোধীয়ে অভিযোগ কৰে যে নতুন সংসদ ভৱনক কেন্দ্ৰ কৰি ৰাষ্ট্ৰপতিক আওকাণ কৰাৰ এই ইতিহাস নতুন নহয়।
২০২০ চনৰ ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। কিন্তু উক্ত অনুষ্ঠানলৈ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক নিমন্ত্ৰণ কৰা হোৱা নাছিল। পৰৱৰ্তী পদক্ষেপত ২০২২ চনৰ ১১ জুলাইত ৰাষ্ট্ৰীয় প্ৰতীকৰ ব্ৰঞ্জৰ মূৰ্তি উদ্বোধন কৰাৰ সময়তো ৰাষ্ট্ৰপতিৰ নাম আমন্ত্ৰণ তালিকাত নাছিল।
বিৰোধীয়ে যুক্তি দিছে যে সংবিধানৰ ৭৯ নং অনুচ্ছেদত উল্লেখ আছে যে সংসদ ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰে গঠিত। কংগ্ৰেছ নেতা আনন্দ শৰ্মাই কয়, “প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাটো সাংবিধানিক নহয়। কাৰণ ৰাষ্ট্ৰপতি সংসদৰ দুয়োটা সদনৰ মুৰব্বী। তাত প্ৰধানমন্ত্ৰী কেৱল লোকসভাৰ নেতা। সংসদৰ অধিবেশন আহ্বান কৰাৰ একমাত্ৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত আছে।”
আনহাতে, আৰজেডিৰ সাংসদ মনোজ কুমাৰ ঝাই একেটা প্রশ্ন কৰে, “ৰাষ্ট্ৰপতিয়ে নতুন সংসদ ভৱন উদ্বোধন কৰা উচিত নহয় নেকি? এয়া মোৰ বক্তব্য… জয় হিন্দ।” উল্লেখ্য, ৰাহুল গান্ধীয়েও আন বিৰোধী নেতাসকলৰ পূৰ্বে একেটা প্ৰশ্ন উত্থাপন কৰে। তেওঁ টুইট কৰি কয়, “ৰাষ্ট্ৰপতিয়ে নতুন সংসদ ভৱন উদ্বোধন কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে নহয়।”
ইফালে কংগ্ৰেছ নেতা কে চি বেণুগোপালে কয়, “নিজকে মহান বুলি প্ৰমাণ কৰাৰ প্ৰয়াসত প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ সংসদীয় মূল্যবোধ পাহৰি ৰাষ্ট্ৰপতিক অপমান কৰিলে। ৰাষ্ট্ৰপতি সংসদৰ ৰক্ষক আৰু সংসদ মুকলি কৰিবলৈ আটাইতকৈ যোগ্য ব্যক্তি। কিন্তু প্ৰধানমন্ত্ৰীয়ে অহংকাৰ আৰু প্ৰচাৰৰ লাইমলাইট কাঢ়ি নিয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰপতিগৰাকীক পুনৰ এটা চুকলৈ ঠেলি দিলে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Parliament
Share4Tweet3Send

Related Posts

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা
National-International

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

by News Desk
October 31, 2026
50
Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান
National-International

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

by News Desk
October 31, 2026
50
ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ
National-International

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

by News Desk
October 31, 2026
50
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

by News Desk
October 30, 2026
51
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

by News Desk
October 30, 2026
51
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

by News Desk
October 30, 2026
50
ADVERTISEMENT
Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা
National-International

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

October 31, 2026
50
Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত
Assam

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

October 31, 2026
50
Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা
ALL NEWS

Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা

October 31, 2026
50
Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান
National-International

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

October 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

October 31, 2026
Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

October 31, 2026
Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা

Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা

October 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d