ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

২১ লাখ লিটাৰ পানী সিঁচি উদ্ধাৰ কৰিলে ফোন। পাৰ্টি কৰাৰ সময়ত পৰিছিল পানীত!

নিউজ ডেস্কঃ

News Desk by News Desk
May 26, 2023
Reading Time: 1 min read
A A
0
২১ লাখ লিটাৰ পানী সিঁচি উদ্ধাৰ কৰিলে ফোন। পাৰ্টি কৰাৰ সময়ত পৰিছিল পানীত!

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

বন্ধু-বান্ধৱীৰ সৈতে ছুটী কটাওঁতে বান্ধৰ পানীত পৰি যায় এক লাখ টকাৰ এটা মোবাইল (Mobile worth lakhs of rupees falls into the water)। তাৰ পিছত এজন চৰকাৰী বিষয়াই বান্ধটোৰ পানী সিঁচি ফোনটো বিচাৰি উলিওৱাৰ অভিযোগ (Allegedly pulling out the phone by sprinkling water) উত্থাপন হৈছে। ৩ দিন ধৰি পাম্প কৰি পানী সিঁচি বাহিৰ কৰা হয়। ছত্তীশগড় (Chhattisgarh)ত সংঘটিত হৈছে এই ঘটনা।

খাদ্য বিভাগৰ এজন বিষয়া ৰাজেশ বিশ্বাসে (Food department official Rajesh Biswas) দেওবাৰে কাংকেৰ জিলাৰ কইলিবেৰা ব্লকৰ খেৰকটা বান্ধত ফুৰিবলৈ গৈছিল। বন্ধু-বান্ধৱীৰ সৈতে আনন্দ-স্ফুৰ্তি কৰি থাকোঁতে ১৫ ফুট দ পানীত পৰে তেওঁৰ ফোনটো। স্থানীয় লোকৰ সহায়ত পানীৰ পৰা ফোনটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰে বিষয়াগৰাকীয়ে। কিন্তু বিচাৰি নাপাই বান্ধৰ পৰা পানী সিঁচাৰ সিদ্ধান্ত লʼয়। ইয়াৰ পিছত ৩০ হৰ্চপাৱাৰৰ দুটা পাম্প আনি একেৰাহে ৩ দিন পানী পাম্প কৰে। বিষয়া ৰাজেশে ২১ লাখ লিটাৰ পানী উলিওৱাৰ অভিযোগ উত্থাপন হৈছে। জলসিঞ্চন বিভাগৰ সূত্ৰ অনুসৰি, যিমান পানী আঁতৰোৱা হৈছে, সেই পানীৰে ১৫০০ একৰ মাটিত খেতি কৰিব পাৰিলেহেঁতেন!

ph1 2 | ASSAM TIMES POST

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰৰ সন্ধিয়াৰ পৰা বান্ধটোৰ পৰা পানী পাম্প কৰা আৰম্ভ হয়। বৃহস্পতিবাৰে জলসিঞ্চন বিভাগৰ বিষয়াসকলে অভিযোগ লাভ কৰি সেয়া বন্ধ কৰি দিয়ে। জলসিঞ্চন বিভাগৰ সূত্ৰ অনুসৰি, তিনিদিনত বান্ধটোৰ পৰা ৯ ফুট পানী উলিওৱা হয়। বান্ধটো তেতিয়াও ৬ ফুট দ আছিল। গ্ৰীষ্মকালত এই বান্ধটোত ১০ ফুটতকৈও অধিক পানী থাকে। প্ৰায়ে জীৱ-জন্তুৱে এই পানী খাবলৈ আহে।

কিন্তু কিয় তেওঁ এই কাম কৰিলে? কোনে তেওঁক বান্ধটোৰ পৰা পানী এৰি দিবলৈ অনুমতি দিছিল?

এই প্ৰসংগত ৰাজেশে দাবী কৰে যে চেলফি লোৱাৰ সময়তে ফোনটো পৰি যায়। যিহেতু ফোনটোত খাদ্য বিভাগৰ সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল, সেয়েহে তেওঁ বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। কিন্তু ফোনটো বিচাৰি পানীত নামি যোৱাসকলে দাবী কৰে যে পানীৰ তলত থকা শিলবোৰৰ বাবে ফোনটো চিনাক্ত কৰিব পৰা নগʼল। ৰাজেশে দাবী কৰিছিল যে তাৰ পিছত তেওঁ মহকুমা প্ৰশাসকক ফোন কৰে। মহকুমা প্ৰশাসকক বান্ধটোৰ পানী আঁতৰাবলৈ অনুৰোধ জনায়। তাৰ পিছত তেওঁ অনুমতি দিয়ে যে যদি তেওঁ ৩-৪ ফুট পানী উঠাই লয় তেন্তে কোনো সমস্যা নহ’ব। কাৰণ সেই পানীৰ কোনো কাম নাই। ইয়াৰ পিছত তেওঁ বান্ধৰ পৰা পানী পাম্প কৰিবলৈ আৰম্ভ কৰে। যেতিয়া জলসিঞ্চন বিভাগে পাম্প কৰাৰ অভিযোগ লাভ কৰে তাৰ পিছত জলসিঞ্চন বিভাগৰ পৰা পানী তোলা নিষেধ কৰা হয়।

Tags: ChhattisgarhPhone recoveredছত্তীশগড়ফোন উদ্ধাৰ
Share4Tweet3Send

Related Posts

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

by News Desk
August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী
National-International

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

by News Desk
August 13, 2026
50
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

by News Desk
August 12, 2026
50
ADVERTISEMENT
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT