ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Journalist complains I বোকাখাতত সাংবাদিকৰ প্ৰতি অসৌজন্যমূলক আচৰণৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
May 30, 2023
Reading Time: 1 min read
A A
0
Journalist complains I বোকাখাতত সাংবাদিকৰ প্ৰতি অসৌজন্যমূলক আচৰণৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

এছ আই জোনমনি ৰাভাৰ দুৰ্ঘটনা (SI Jonmani Rava’s accident)ৰ নামত বোকাখাতত সাংবাদিকৰ বিৰুদ্ধে আৰক্ষী আৰু চি আই ডি-এ মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিকসকলে (Journalist complains of mental harassment)।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাস ওৰফে নালীয়াৰ বক্তব্য সংগ্ৰহ কৰা সাংবাদিকক জিলাৰ বাহিৰৰ থানালৈ মাতি নিয়া, চি আই ডি-ৰ জেৰাৰ নামত সাংবাদিকসকলক অপৰাধীৰ দৰে বোকাখাত থানালৈ মাতি নি কেইবা ঘন্টাও ৰখাই থোৱা ,শেষ নিশা দুৰ্ধৰ্ষ অপৰাধিক দৰে জ্যেষ্ঠ সাংবাদিকৰ ঘৰ ঘেৰাও কৰি অমূলক প্ৰশ্ন কৰাকে ধৰি অসৌজন্যমূলক ব্যৱহাৰ কৰাৰ সন্দৰ্ভত আজি অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব, ইমজা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, গোৰ্খা ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতি, বোকাখাত মহকুমা ছাত্ৰ সন্থা, বোকাখাত বাছ মালিক সন্থা, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সমিতি, পৰিষদৰ বোকাখাত জিলা সমিতি, জীপাল কৃষক-শ্ৰমিক সংঘ, বোকাখাত ক্ৰীড়া সন্থা, অধিবক্তা সন্থা আদি সংগঠনৰ বিষয় ববীয়াসকলে আজি দিনৰ ২ বজাৰ পৰা বোকাখাত নাট্য মন্দিৰৰ সমুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বোকাখাতত সাংবাদিক
বোকাখাতত সাংবাদিকৰ প্ৰতি অসৌজন্যমূলক আচৰণৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট:

লগতে এই প্ৰতিবাদ স্থলীতে অসমৰ মুখ্যমন্ত্ৰী, প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াক সমগ্ৰ বিষয় সন্দৰ্ভত স্মাৰকপত্ৰ যোগে অৱগত কৰিছে।অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি আৰু সম্পাদক বুবুল দত্ত আৰু নীলু আচাৰ্য, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক ক্ৰমে ভৱানন্দ কলিতা আৰু উত্তম শইকীয়া, ইমজা বোকাখাতৰ সভাপতি, সম্পাদক ক্ৰমে প্ৰদীপ কুমাৰ বৰা আৰু দিব্যজ্যোতি হাজৰিকা স্বাক্ষৰিত স্মাৰক পত্ৰখনৰ জৰিয়তে সাংবাদিকৰ প্ৰতি আৰক্ষী প্ৰশাসনৰ এনে অসৌজন্যমূলক আচৰণ আৰু নিৰ্যাতন বন্ধ কৰিবলৈ আৰু সাংবাদিক সকলৰ নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায়।

boka3 1 | ASSAM TIMES POST

আজি প্ৰতিবাদ থলীতে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সাংবাদিকৰ প্ৰতি আৰক্ষীয়ে কৰা অসৌজন্যমূলক আচৰণৰ প্ৰতিবাদ কৰি সাংবাদিকৰ আগত কয় যে যি সময়ত, বিশেষকৈ অসম চৰকাৰ আৰু আৰক্ষী বিভাগৰ মূৰব্বী বিষয়া সকলে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সুসম্পৰ্কৰ শ্লোগান দি আছে, সেই সময়ত গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিকৰ প্ৰতি কৰা এনে দুৰ্ব্যৱহাৰ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ, আৰু লজ্জিত অনুভৱ কৰিছোঁ।

সাংবাদিকৰ প্ৰতি এনে আচৰণ বন্ধ নহ’লে সমগ্ৰ অসম জুৰি প্ৰতিবাদ কৰা হ’ব বুলি সকিয়াই দিয়ে। ইফালে কৃষক নেতা সোণেশ্বৰ নৰহে আৰক্ষীয়ে সোধ পোছৰ বাবে মাতি নি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিকক সাধাৰণ অপৰাধীৰ দৰে ব্যৱহাৰ কৰাৰ কোনো অধিকাৰ নাই বুলি আজি প্ৰতিবাদ থলীত সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।

Tags: Bokakhatjonmoni rabhaজোনমনি ৰাভাবোকাখাত
Share4Tweet3Send

Related Posts

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx