ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin Seized I লাহৰিজানত হেৰ’ইন আৰু নগদ ধনসহ দুই সৰবৰাহকাৰী আটক

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
June 2, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান (Lahorijan)ত সন্দেহযুক্ত হেৰ’ইন আৰু নগদ ধনসহ আটক (Arrested with heroin and cash) হৈছে দুটা সৰবৰাকাৰী৷ প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতি বাৰে সন্ধিয়া ৭-৪৫ মান বজাত বিশ্বস্ত সূত্ৰে এজন লোক লাহৰিজান কালী মন্দিৰৰ ওচৰত সন্দেহজনকভাবে ঘূৰি ফুৰাৰ খবৰ লাভ কৰে৷

খবৰ পোৱা মাতেৰই খটখটী থানাৰ অ’চি ৰমেন বৰদলৈৰ নেতৃত্বত উপ-পৰিদৰ্শক স্বমধন স্বৰ্গীয়াৰী আৰু থানা ষ্টাফসহ ঘটনাস্থলীত উপস্থিত হৈছে সন্দেহজনকভাবে ঘূৰি ফুৰা নাগালেণ্ডৰ ডিমাপুৰ নিউলেণ্ড নিৱাসী হবট’ আচ’মীৰ পুত্ৰ ভিকিহ’ আচ’মীক তালাচী চলাই তাৰ কৱলৰ পৰা এটা চাবোনৰ বাকচত ১১’৬০ গ্ৰাম সন্দেহজনক হেৰইন উদ্ধাৰ (Heroin Seized) কৰিবলৈ সক্ষম হয়৷

লাহৰিজানত হেৰ'ইন
লাহৰিজানত হেৰ’ইন আৰু নগদ ধনসহ দুই সৰবৰাহকাৰী আটক:

ইয়াৰ পিছত আৰক্ষীৰ জেৰাত ধৃত ভিকিহ’ আচমীয়ে সন্দেহযুক্ত হেৰইনখিনি খটখটী থানা এলেকাৰ জোৰটকবী গাঁৱৰ ৰেগবীৰ সিঙৰ পুত্ৰ ছাহেব সিঙৰ পৰা ২৩ হাজাৰ টকাত ক্ৰয় কৰা বুলি স্বীকাৰ কৰে৷ সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী ছাহেব সিঙৰ ঘৰত তালাচী চলাই নগদ ২৩ হাজাৰ টকা উদ্ধাৰ (Rs 23,000 recovered) কৰিবলৈ সক্ষম  হয় ৷

উক্ত ধন ভিকিহ’ৰ পৰা লোৱা বুলি ছাহেব সিঙে স্বীকাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ এই সন্দৰ্ভত আৰক্ষীয়ে খটখটী থানাত এনডিপিএছ আইনৰ অধীনত ৫৫/২৯ নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

Tags: heroin recoveredLahorijanলাহৰিজানহেৰ'ইন উদ্ধাৰ
Share4Tweet3Send

Related Posts

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT