ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

## নগাঁৱত অবৈধ ড্ৰাগছ ব্যৱসায়ৰ বৃহৎ সাম্ৰাজ্য চলোৱা দুধৰ্ষ ব্যৱসায়ী গ্ৰেপ্তাৰ ঃ আৰক্ষী থানাত আছিল তিনিটা গোচৰ ঃঃ সাংবাদিকক দিছিল গোচৰ তৰাৰ ভাবুকি

ASSAM TIMES POST by ASSAM TIMES POST
December 4, 2019
Reading Time: 1 min read
A A
0
## নগাঁৱত অবৈধ ড্ৰাগছ ব্যৱসায়ৰ বৃহৎ সাম্ৰাজ্য চলোৱা দুধৰ্ষ ব্যৱসায়ী গ্ৰেপ্তাৰ ঃ আৰক্ষী থানাত আছিল তিনিটা গোচৰ ঃঃ সাংবাদিকক দিছিল গোচৰ তৰাৰ ভাবুকি

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

নগাঁও : নগাঁও চহৰকে ধৰি জিলাখনত ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তোলা ইন্টাজ আলী নামৰ এটা দুধৰ্ষ মাফিয়াক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । নগাঁৱৰ ম’হখুলিৰ আজিমউদ্দিনৰ পুত্ৰ ইন্টাজৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত দুটা গোচৰ ( নং ৩১৭৩/১৯ , ৩২৪০/১৯ ) আৰু কচুৱা আৰক্ষী থানাত ( নং ২৪২ / ১৯ ) এটা গোচৰ পঞ্জীভূত হৈ আছিল । ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত নেকিবুৰ ৰহমান নামৰ আমিনপট্টিৰ আন এটা ড্ৰাগছ ব্যৱসায়ীকো আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে । উল্লেখ্য , নগাঁও আৰক্ষীয়ে কামপুৰ আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই ২৪ অক্টোবৰৰ নিশা জিলাখনৰ কচুৱাৰ পৰা বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰীৰ সৈতে এগৰাকী মহিলাক আটক কৰিছিল।

আটকাধীন নুৰনেচা খাটুন নামৰ মহিলা গৰাকীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰে।আৰক্ষীক নুৰনেচাই জনাইছিল যে নগাঁৱৰ মহখুলিৰ ইন্টাজ আলি নামৰ এজন লোকে এই নিচাযুক্ত সামগ্ৰীখিনি মহিলাগৰাকীৰ ঘৰত ৰাখিছিল। আৰক্ষীয়ে ঘটনা সম্পৰ্কত গোচৰ ৰুজু কৰি ইন্টাজ আলিক কৰায়ত্ব কৰিবলৈ অভিযান আৰম্ভ কৰিছিল। ইফালে এই বাতৰি সংবাদ পত্ৰত প্ৰকাশ হোৱা বাবে ইন্টাজ আলীয়ে নগাঁৱৰ এজন জ্যেষ্ঠ সাংবাদিকক ফোনযোগে মানহানিৰ গোচৰ তৰাৰ ভাবুকি দিছিল ।

সাংবাদিকজনে এই সম্পৰ্কত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিক অৱগত কৰাত অধীক্ষক জনে ‘ ম’ষ্ট ৱান্টেড ‘ দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ীটোক শীঘ্ৰে কৰায়ত্ব কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে । আৰক্ষী অধীক্ষকৰ নিৰ্দেশ পাই আৰক্ষীৰ দল ইন্টাজ আলীৰ সন্ধানত নামি পৰে । আজি ইন্টাজ আলীক গ্ৰেপ্তাৰৰ পিছত নগাঁৱত চলি থকা অবৈধ ড্ৰাগছ ব্যৱসায়ৰ বহু নতুন তথ্য উদ্ধাৰ হোৱাৰ আশা আছে । নগাঁও চহৰত দপদপাই ফুৰা এই ড্ৰাগছ মাফিয়াটোৰ লগত আৰক্ষীৰ তলৰ পৰ্যায়ৰ কোনো বিষয়াৰ গোপন সম্পৰ্ক থকাৰ সন্দেহ কৰিছে একাংশ লোকে ।

Tags: Featured
Share4Tweet3Send

Related Posts

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি
National-International

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

by News Desk
May 25, 2026
50
Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা
National-International

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

by News Desk
May 25, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

by Staff Reporter
May 25, 2026
50
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

by Staff Reporter
May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

by Staff Reporter
May 24, 2026
50
ADVERTISEMENT
US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি
National-International

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

May 25, 2026
50
Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা
National-International

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

May 25, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

May 25, 2026
50
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

May 25, 2026
Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

May 25, 2026
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx