ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Lightning suspected of killing Elephants I চন্দ্ৰপুৰত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ,বিদ্যুৎ পিষ্ট হৈ মৃত্যুৰ সন্দেহ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 12, 2023
Reading Time: 1 min read
A A
0
Lightning suspected of killing Elephants I চন্দ্ৰপুৰত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ,বিদ্যুৎ পিষ্ট হৈ মৃত্যুৰ সন্দেহ

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST
গুৱাহাটী মহানগৰীৰ পাৰ্শ্ববৰ্তী চন্দ্ৰপুৰৰ (Chandrapur) ডিগাৰুমুখত আজি প্ৰকাণ্ড বন্যহস্তী এটাৰ মৃতদেহ উদ্ধাৰ হৈছে।হাতীটো  বিদ্যুৎ পিষ্ট হৈ মৃত্যু (Lightning suspected of killing Elephants )হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে।আজি দিনৰ প্ৰায় ডেৰ বজাত উৱলিব ধৰা মৃতদেহটো স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰাৰ পিছতহে পোহৰলৈ আহে বন্যহস্তীটোৰ মৃত্যুৰ ঘটনা।জানিব পৰা মতে ডিগাৰুমুখৰ বাসিন্দা অতুল বৰ্মন (Atul Barman) নামৰ ব্যক্তি জনৰ চৌহদৰ টিলা সদৃশ স্থানত উদ্ধাৰ হয় হাতীটোৰ মৃতদেহ।

বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ
চন্দ্ৰপুৰত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ:

প্ৰত্যক্ষ কৰা অনুসৰি ৪৪০ ভল্টৰ এল টি লাইনৰ বিদ্যুৎ তাঁৰত লাগি মাটিত পৰি আছিল প্ৰকাণ্ড হাতীটো।বিদ্যুৎ তাঁৰত মেৰ খাই আছিল বন্যহস্তীটোৰ শুৰ ডাল।ডিঙি, মুখ আৰু শুৰডালৰ কিছু অংশ একপ্ৰকাৰ জ্বলি যোৱাৰ চিন স্পষ্ট আছিল হাতীটোৰ শৰীৰত।সেই দিশৰ প্ৰতি লক্ষ্য কৰি বিদ্যুৎ পিষ্ট হৈ বন্যহস্তীটোৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে বন বিভাগ।

টিলা সদৃশ স্থানটোত উচ্চ ক্ষমতা বিদ্যুৎ তাঁৰ অতি নিম্ন উচ্চতাত ওলমি একপ্ৰকাৰ মৰণফাণ্ড সদৃশ হৈ থকাৰ পৰিপ্ৰেক্ষিততে খাদ্যৰ সন্ধানত ওলাই অহা প্ৰকাণ্ড মতা হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বিভাগটোৰ বিষয়া সকলে।ইপিনে দুৰ্গন্ধ ওলোৱাৰ প্ৰতি লক্ষ্য কৰি কমেও ৩৬ ঘণ্টা পূৰ্বে বন্যহস্তীটোৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে চিকিৎসকে।

বন্যহস্তীৰ মৃতদেহ উদ্ধাৰৰ খবৰ পোৱা মাত্ৰকে বন বিভাগৰ উচ্চ পদস্থ বিষয়া বৰ্গ সেই স্থানত উপস্থিত হয়।চিকিৎসকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত সেই স্থানতে গাঁত খান্দি সমাধিস্থ কৰে মৃত বন্যহস্তীটোক।

Tags: চন্দ্ৰপুৰ
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
50
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx