ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

“বহ্নিমান”-“ৰক্তবীজ” ৰ পিছতেই এইবাৰ “লখিমী”-

Staff Reporter by Staff Reporter
December 7, 2019
Reading Time: 1 min read
A A
0
“বহ্নিমান”-“ৰক্তবীজ” ৰ পিছতেই এইবাৰ “লখিমী”-

RELATED POSTS

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

২০২০ চনলৈ মাজত মাত্ৰ কেইটামান দিন। বৰ্তমান অসমীয়া ছবিৰ যিটো বতাহে দৰ্শকৰ মন জুৰাবলৈ সক্ষম হৈছে; সেই বতাহ জাক হয়টো বলিব আগন্তুক বৰ্ষলৈ। কিয়নো অহা বৰ্ষটোত প্ৰথমটো মাহৰ পৰাই ইখনৰ পিছত সিখন ছবিৰ মুক্তি খবৰ শুনিবলৈ পোৱা গৈছে। এনে অসমীয়া ছবিৰ ভিতৰত এখন হ’ল বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত “লখিমী”।

40400882 10156671736813762 3767624438233694208 o | ASSAM TIMES POST

আমেৰিকা নিবাসী ভাৰতীয় মূলৰ মহেশ চিৰলাৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, পৃথ্বীৰাজ ৰাভা, অৰুণ বৰা, বিনোদলাল দাস, দীনেশ গগৈ, জ্যোতিৰূপা বৰা, অজয় ভৰালী, প্ৰবীণ দাস, ৰাগিনী বৰাকে আদি কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে। “লখিমী” ত প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্বত আছে অসীম শইকীয়া। ইয়াৰ উপৰিও ছবিখনত তিনিখন ন-মুখৰ আগমণ ঘটিছে সেইকেইজন হ’ল ক্ৰমে আমেৰিকাস্থিত লোভা চিৰলা লগতে পৰিচালক দীনেশ গগৈৰ কন্যা স্বাধীনতা গগৈকো প্ৰথমবাৰৰ বাবে ছবিখনত দেখিবলৈ পাব দৰ্শকে আৰু ইয়াৰ উপৰিও পোন প্ৰথমবাৰৰ বাবে মুম্বাইস্থিত অসম সন্তান মডেল গীতাৰ্থ বৰাৰ অভিনয় কৰিছে উক্ত ছবিখনত।

লখিমীৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা লগতে ছবি খনৰ সম্পাদনা হিচাপে কাম কৰিছে বিশ্বজিৎ বৰাই । এজন চলচ্চিত্ৰ সম্পাদক হিচাবে 2002 চনতে বহু হিন্দী ছবিত কাম কৰাৰ পিছত বৰাই এইবাৰ আৰম্ভ কৰিছে নিজেই সম্পাদনা।

69078710 10157522510403762 4356856606504255488 n | ASSAM TIMES POST

উল্লেখ্য যে, “লখিমী” ছবি খনৰ এটি দেশমূলক গীত মুক্তি দিয়া হব আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত। ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে সুৰুয ডেকাই লগতে সাজসজ্জাৰ দায়িত্বত আছিল লোপমাদ্ৰা গগৈ বৰা। স্থিৰ চিত্ৰগ্ৰহণ পল্লবজ্যোতি মহন্তৰ,চাউণ্ড ডিজাইন মুম্বাস্থিত বিজিত চাঙমাইৰ আৰজ ডি আই কৰিছে গুড্ডু তিৱাৰীয়ে।

অহা বৰ্ষৰ ২৪ এপ্ৰিল তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনত ৰাজ্য চৰকাৰৰ অতুল বৰাইও এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছে। বিশ্বজিৎ বৰাৰ তেওঁৰ আগন্তুক প্ৰকল্পৰ বাবে ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা। ৯৪ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনক লৈ খুবেই আশাবাদী কৰ্মকতা সকল।

SOURCE: https://rupaliparda.com/archives/8588

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assamese Cinemaassamese filmassamese movieBiswajeet Bora
Share5Tweet3Send

Related Posts

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

by News Desk
September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
51
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

by News Desk
September 22, 2026
52
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
ADVERTISEMENT
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d