ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত অসম আৰক্ষীৰ দূৰ্নীতি নিবাৰক শাখাৰ অভিযান :শক্তি বিতৰক কোম্পানীৰ সহকাৰী প্ৰবন্ধক আটক

ASSAM TIMES POST by ASSAM TIMES POST
December 7, 2019
Reading Time: 1 min read
A A
0
নগাঁৱত অসম আৰক্ষীৰ দূৰ্নীতি নিবাৰক শাখাৰ অভিযান :শক্তি বিতৰক কোম্পানীৰ সহকাৰী প্ৰবন্ধক আটক

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

নগাঁও : উৎকোচ বিচৰাৰ অভিযোগত অসম আৰক্ষীৰ দূৰ্নীতি নিবাৰক শাখাই আজি নগাঁও চহৰৰ ডিমৰুগুৰিত অভিযান চলাই অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ টেষ্টিং আৰু কমিচনিং শাখাৰ তেজপুৰ কাৰ্যালয়ৰ সহকাৰী প্ৰবন্ধক জীতেন ঢেকিয়াল ফুকনক আটক কৰে ৷

আজি পুৱা আৰক্ষীৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত গুৱাহাটীৰ পৰা অহা দহ- বাৰজনীয়া আৰক্ষীৰ এটা দলে ফুকনৰ ঘৰত অভিযান চলাই বেংক পাচবুককে ধৰি বিভিন্ন আপত্তিজনক নথি পত্ৰ জব্দ কৰে।প্ৰায় তিনি ঘন্টা জোৰা অভিযানৰ অন্তত দুৰ্ণীতি নিবাৰক শাখাৰ দলটোৱে সহকাৰী প্ৰবন্ধক ফুকনক লগত লৈ গুৱাহাটীলৈ উভতি যায়।

আৰক্ষী দলটোৱে কালি উৎকোচ লৈ থকা অৱস্থাত তেজপুৰৰ এখন ৰেষ্টুৰেন্টৰ পৰা গ্ৰেপ্তাৰ কৰা অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ তেজপুৰস্হিত কাৰ্যালয়ৰ সহ মহা প্ৰবন্ধক প্ৰকাশ ৰঞ্জন দত্তকো লগত লৈ আনিছিল।জানিব পৰা মতে তেজপুৰ ঘোৰামাড়ীৰ ডাবৰ ইন্ডিয়া লিমিটেডৰ এটা উৎপাদন প্ৰকল্পত সৌৰচালিত মিটাৰ স্হাপনৰ বাবে এক লাখ টকা প্ৰতিষ্ঠান এটাৰ পৰা উৎকোচ হিচাপে বিচাৰিছিল।পিছত আশীহেজাৰ টকাত বন্দোবস্তি হৈছিল যদিও প্ৰতিষ্ঠানটোৱে সেই ধন আদায় নিদি অসম আৰক্ষীৰ দূৰ্ণীতি নিবাৰক শাখাক অৱগত কৰে।

ইয়াৰ পিছত দুৰ্ণীতি নিবাৰক শাখাই উৎকোচ বিচৰা সমগ্ৰ ঘটনাৰ তদন্ত কৰি কালি হাতে-লোটে প্ৰকাশ ৰঞ্জন দত্তক আটক কৰাৰ পিছত আজি পুুৱা জিতেন ঢেকিয়াল ফুকনক নিজ বাসগৃহৰ পৰা আটক কৰে।

Tags: Featured
Share5Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT