![]()
মণিপুৰৰ (Manipur) ৰাষ্ট্ৰীয় ঘাইপথত দুমাহৰ অন্তত অৱৰোধ উঠাই লোৱা হয় গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah) আবেদনৰ পিছত। যোৱা মে’ মাহত মণিপুৰত অশান্তিৰ সৃষ্টি হোৱাৰ পিছৰে পৰা ২ নং ৰাষ্ট্ৰীয় ঘাইপথ বা ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখা হৈছিল। শেহতীয়াকৈ কুকিসকলে শ্বাহৰ কথা শুনি অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লয়।














