ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Uniform civil code I ইউনিফৰ্ম চিভিল ক’ডত কাৰ্বি-ডিমাছাৰ সাংবিধানিক সুৰক্ষাৰ দাবীত ASDC-ৰ সংবাদমেল

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
July 3, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কেন্দ্ৰীয় চৰকাৰে ইউনিফৰ্ম চিভিল ক’ড (Uniform Civil Code) ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে গ্ৰহণ কৰা পদক্ষেপক লৈ পাহাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে (ASDC) আজি ডিফুত এক সংবাদমেলৰ (press conference in Diphu) জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক (Amit Shah) জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক-পত্ৰ প্ৰদান (Memorandum handed over through D.C.) কৰা বুলি কয় যে, ইউনিফৰ্ম চিভিল কডৰ জৰিয়তে কাৰ্বি, ডিমাছা আৰু পাহাৰত বাস কৰা জনজাতীয় সকলৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা, অধিকাৰ আদি খৰ্ব হ’ব।

ইউনিফৰ্ম চিভিল ক'ড
ইউনিফৰ্ম চিভিল ক’ডত কাৰ্বি-ডিমাছাৰ সাংবিধানিক সুৰক্ষাৰ দাবীত ASDC-ৰ সংবাদমেল:

এই অভিন্ন দেৱানী বিধি প্ৰৱৰ্তনে পাৰ্বত্য জনজাতীয় লোকসকলৰ ক্ষতি সাধন কৰিব।কাৰ্বি সকলৰ অতীজৰে পৰা স্বাধীনভাৱে জীয়াই থকা এটা জাতি বুলি উল্লেখ কৰি ১৮৩৮ চনত ব্ৰিটিছ ৰাজহ সংগ্ৰহৰ স্বাৰ্থত ভাৰতীয় মূল সুঁতিত অন্তৰ্ভুক্ত কৰা বুলি দাবী কৰে। ব্ৰিটিছ এই ব্যৱস্থা প্ৰৱৰ্তন কৰিলেও কাৰ্বি,ডিমাছা আৰু জনজাতীয় লোকসকলে নিজা সংস্কৃতি, সামাজিক পৰম্পৰা চৰ্চা অব্যাহত ৰাখিছিল।

অসমৰ অন্তৰ্ভুক্ত এই তিনিখন পাৰ্বত্য জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক ক্ৰমে কাৰ্বি, ডিমাছা, জেমি, নাগা, মাৰ, তিৱা, পাইটে, ৰেংমা, কুকি, আদি পাৰ্বত্য জনগোষ্ঠীয় লোকে বসতি কৰি আহিছে। এই সকলো সম্প্ৰদায়ৰ নিজা নিজা কৃষ্টি-সংস্কৃতি, সামাজিক আৰু সামাজিক ৰীতি- নীতি প্ৰচলিত হৈ আহিছে।

১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ সময়ৰে পৰা কাৰ্বি তথা জনজাতীয় লোকসকলে দেশৰ প্ৰগতি আৰু উন্নয়নত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি ১৯১৯ চনত ব্ৰিটিছ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ লগতে নাগা, মিজো, খাচী, জয়ন্তীয়া আৰু গাৰো সকলক পিচপৰা জনগোষ্ঠী আখ্যা দি সংৰক্ষণ প্ৰদান কৰিছিল। ১৯৩৫ চনৰ আইন অনুসৰি কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছিল।

সংবিধান প্ৰণয়ন কৰাৰ সময়তো ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰি জনজাতীয় সকলক সুৰক্ষা প্ৰদান কৰা হৈছিল। একেদৰে ১৯৬৩ চনত নাগালেণ্ড গঠনৰ সময়ত অনুচ্ছেদ ৩৭১ এ আৰু ১৯৮৭ চনত ৩৭১ জি অনুচ্ছেদৰ জৰিয়তে ৰাজ্য গঠন কৰি দুয়োখন ৰাজ্যৰ জনজাতীয়সকলৰ সামাজিক, ধাৰ্মিক আৰু পৰম্পৰাগত আইন, ভূমি আইনৰ জৰিয়তে অধিকাৰ প্ৰদান কৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰে বৰ্তমান বলবৎ কৰিব বিচৰা এই আইন জনজাতীয় সকলৰ ক্ষতি সাধন কৰিব বুলি উল্লেখ কৰি দলটোৱে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক এই আইনৰ পৰা বাহিৰত ৰখাৰ আহ্বান জনাইছে। ইয়াৰ লগতে দলটোৱে কয় যে, নাগালেণ্ড আৰু মিজোৰাম গঠনৰ দৰে কাৰ্বি আংলং আৰু আন দুয়োখন পাৰ্বত্য জিলাৰ জনতাক সুৰক্ষা প্ৰদান কৰিব লাগে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ASDCUniformCivilCodeইউনিফৰ্মচিভিলক'ডএএছডিচি
Share8Tweet5Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d