ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drugs seized in Karbi Anglong I লাহৰিজানত প্ৰায় ছয় কোটিতকৈ অধিক টকা মূল্যৰ  সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ আৰক্ষীৰ

আৰক্ষীৰে সংঘৰ্ষত আৰক্ষীৰ গুলীত এটা ড্ৰাগছ ব্যৱসায়ী আহত

ASSAM TIMES POST by ASSAM TIMES POST
July 6, 2023
Reading Time: 1 min read
A A
0
Drugs seized in Karbi Anglong I লাহৰিজানত প্ৰায় ছয় কোটিতকৈ অধিক টকা মূল্যৰ  সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ আৰক্ষীৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু : অসম -নাগালেণ্ড সীমান্তৰ লাহৰিজানত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ নিচাযুক্ত হেৰ’ইন (Drugs seized in Karbi Anglong) ৷ অসম-নাগালেণ্ড সীমান্তৰ কাৰবি আংলং জিলাৰ ড্ৰাগছ সৰবৰাহকাৰী সকলৰ নিৰাপদ ক’ৰিডৰ হিছাপে খ্যাত খটখটী থানা এলেকাৰ লাহৰিজানত উদ্ধাৰ হৈছে নৱ প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মূখলৈ ঠেলি নিয়া বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছ ৷

 সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ আৰক্ষীৰ
লাহৰিজানত প্ৰায় ছয় কোটিতকৈ অধিক টকা মূল্যৰ  সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ আৰক্ষীৰ:

বুধবাৰে নিশা প্ৰায় ১০ মান বজাত এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানাৰ অ’চি ৰমেন বৰদলৈ, থানা ষ্টাফ আৰু চিআৰপিএফৰ সহযোগত খটখটী থানা এলেকাৰ লাহৰিজানত এখন ঘৰত অভিযান চলাই ৯৪ টা চাবোনৰ বাকচত ১ কেজি ১৭৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ 

d2a48fca 0f4f 45a2 a193 a19f165de628 | ASSAM TIMES POSTউদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰ’ইনখিনিৰ সৈতে আৰক্ষীয়ে লাহৰিজানৰ মৃত  ৰহিম হুছেইনৰ পুত্ৰ ছাহীদ হুছেইন (৪৪)  আৰু মজিবুৰ ৰহমানৰ পুত্ৰ আশ্বাদুল ৰহমান (২৭) আটক কৰিবলৈ সক্ষম হয় ৷ সাংবাদিকৰ সৈতে  হোৱা বাৰ্তালাপত কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয়যে লাহৰিজানত এক গোপন খবৰৰ ভিত্তিত এখন ঘৰত তালাচী চলাওতে মাৰাত্মক ড্ৰাগছ খিনি উদ্ধাৰ হয় ৷

কিন্ত্ত কৰ্তব্যৰত আৰক্ষীক ইটাৰে আক্ৰমন কৰি আৰক্ষীৰ পৰা বন্দুক কাঢ়িবলে চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে বাধ্য হৈ মূল ড্ৰাগছ ব্যৱসায়ী শ্বাহীদ হুছেইনৰ ভৰিত গুলীয়াই জখম কৰে ৷ জখমী ছাহীদ হুছেইনক আৰক্ষীয়ে ততাতয়াকৈ ডিফ  চিকিৎসা মহাবিদ্যালয়লৈ  চিকিৎসাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি ঘৰখনৰ পৰা আৰক্ষীয়ে এটা ক’ফিনো উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি ছাহীদ হুছেইনে পূৰ্বে খটখটী থানাৰ এনডিপিএছ এক্টৰ ১০০/২০২১ নম্বৰত গোছৰত জেললৈ যাব লগীয়া হৈছিল বুলি জানিব পৰা গৈছে ৷

Tags: অধিক টকা মূল্যৰ  সন্দেহযুক্তড্ৰাগছ উদ্ধাৰ আৰক্ষীৰলাহৰিজানত প্ৰায় ছয় কোটিতকৈ
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx