![]()
গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত (Manipur group clashes) দুগৰাকী মহিলাক বিবস্ত্র (Two women naked) কৰি ৰাস্তাত সমদল কৰা আৰু নির্যাতন কৰাৰ ভিডিওক লৈ দেশজুৰি তোলপাৰ লাগি আছে। এইবাৰ এই ঘটনাৰ প্রতিবাদত চূড়াচান্দপুৰত সমদল কৰিছে জনজাতীয় মহিলাসকলে ( protest by tribal women)।

বৃহস্পতিবাৰে এই সমদলৰ পৰা উক্ত ঘটনাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জনোৱাৰ লগতে উপযুক্ত ন্যায় বিচাৰে। আনহাতে, মণিপুৰ প্রশাসনৰ আশঙ্কা, এই সমদলৰ ফলত নতুনকৈ অশান্ত হ’ব পাৰে ৰাজ্যখন।













